অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱা cover art

অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱা

অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱা

Listen for free

View show details

About this listen

অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই: অধ্যাপক জয়দীপ বৰুৱা

নিজাইন পডকাষ্ট: মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা "Plain Facts... তথ্যৰে যুক্তি" শীৰ্ষক বক্তৃতালানিৰ দ্বিতীয় বক্তৃতা l

বিষয় – ‘বিগত তিনি দশকৰ অসমৰ অৰ্থনীতি তথা সৰ্বসাধাৰণৰ জীৱিকা আৰু জীৱন’

বক্তা: বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়দীপ বৰুৱা

ভাষণ প্ৰসংগত তেখেতে কয় যে অসমৰ অৰ্থনৈতিক বিকাশৰ চৰকাৰী তথ্যই সাধাৰণ জনতাৰ অৰ্থনৈতিক সমস্যা আৰু সংকট প্ৰতিফলিত কৰা নাই

বক্তৃতালানিৰ আঁত ধৰোঁতা- বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী

ফটো সৌজন্য -অৰিন্দম বৰকটকী

NEZINE podcast: Second of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent economist and social scientist Prof Joydeep Baruah on the topic: 'Last three decades of Assam economy and life and livelihood of common people'. Dr Baruah is currently Professor and Director, Surya Kumar Bhuyan School of Social Sciences, Krishna Kanta Handiqui State Open University. "Official macro economic data on economy of Assam has not reflected the economic problems and crises of common people in the state," says Prof Baruah in his lecture delivered in Assamese.

Lecture series is moderated by Eminent literary critic Arindam Borkatakti
Music: Priyanuj Parasar

Photo courtesy Arindam Borkatakti

Download NEZINE App to keep listening to NEZINE's podcast

No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.