Xekh prohoror khela cover art

Xekh prohoror khela

Preview

Get 30 days of Standard free

$8.99/mo after trial ends. Cancel anytime
Try for $0.00
More purchase options

Xekh prohoror khela

By: ৰঞ্জু হাজৰিকা
Narrated by: Rupam Chetia
Try for $0.00

Auto-renews at $8.99/mo after 30 days. Cancel anytime.

Buy Now for $17.99

Buy Now for $17.99

About this listen

চাৰিজন বন্ধু বিশ্বজিত, চম্পক, সুভাষ আৰু নয়ন। চম্পকৰ ঘৰত চাৰি বন্ধুৰ পাৰ্টি। কাৰণ, দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত বিশ্বজিতৰ সৈতে আভাৰ বিবাহৰ দিন ধাৰ্য। কিন্তু ঘটনাই নতুন মোৰ লয়। পাৰ্টি কৰি থকা অৱস্থাতে মৃত্যু ঘটে বিশ্বজিতৰ। মৃত্যুৰ কাৰণ বিষাক্ত সুৰা বুলি সন্দেহ কৰে ডাক্তৰ বন্ধু নয়নে। কিন্তু সিহঁতে সেই মৃত্যুক সহজভাৱে ল'ব নোৱাৰিলে। সেইকাৰণে সিঁহতে বিশ্বজিতৰ মৃতদেহ লৈ হাজিৰ হয়গৈ সুভাষৰ চিনাকি এজন বাবাজীৰ আশ্ৰমত। সিহঁতৰ কাকূতি- মিনতিত বিগলিত হৈ বাবাজীয়ে তিনিদিনৰ বাবে বিশ্বজিতৰ দেহত প্ৰাণ দিবলৈ সাজু হয় আৰু লগতে কয় যে তিনিদিনৰ পাছত তেওঁ মন্ত্ৰৰ যোগেদি সেই প্ৰাণ পুনৰ ঘূৰাই আনিব। কিন্তু ভবাৰ দৰে নাছিল কথাবোৰ। হঠাতে হোৱা বাবাজীৰ হত্যাকাণ্ডই জোকাৰি যায় সকলোকে। কিন্তু কিয়? কি হ'ল বিশ্বজিতৰ? মন্ত্ৰৰ দ্বাৰা জীৱিত হ'ব পাৰেনে এটা মৃতদেহ? এক শ্বাসৰুদ্ধকাৰী কাহিনী। পৃষ্ঠাই পৃষ্ঠাই মৃত্যুৰ ভয়।এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল'যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস 'শেষ প্ৰহৰৰ খেলা'।©2021 Storyside IN (P)2021 Storyside IN African American Mystery
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.