Ratir Kobita cover art

Ratir Kobita

Preview
Try Premium Plus free
1 credit a month to buy any audiobook in our entire collection.
Access to thousands of additional audiobooks and Originals from the Plus Catalogue.
Member-only deals & discounts.
Auto-renews at $16.45/mo after 30 days. Cancel anytime.

Ratir Kobita

By: চৈয়দ আব্দুল মালিক
Narrated by: তৰুণ গগৈ
Try Premium Plus free

$16.45 per month after 30 days. Cancel anytime.

Buy Now for $29.99

Buy Now for $29.99

About this listen

এজন আদৰ্শবাদী যুৱক আলোকে কৰ্মৰ খাতিৰত নিজৰ ঘৰৰ পৰা আঁতৰি তেজপুৰত থাকিবলগীয়া হয়। তেওঁ থকা ঘৰত তেওঁ লগ পায় নিশাক। নিশা বা তাইৰ সহদৰে আলোকক মামা বুলি সম্বোধন কৰে। নিশাহঁতৰ ঘৰত থাকোঁতে সিঁহতৰ ওচৰ চুবুৰীয়া ডাক্তৰী অধ্যয়ন কৰি থকা শ্ৰীকণ্ঠক আলোকে লগ পায়। লগ পাই মায়া, নিশাৰ বান্ধবী। সময় ১৯৪২ চন। স্বাধীনতা সংগ্ৰামৰ শেষ সংগ্ৰাম। সাংঘাটিক অনুভুতিপ্ৰৱণ আলোকে কোনো কথা নাভাবি জপিয়াই পৰে স্বাধীনতা সংগ্ৰামত। তাৰ পিছতেই যেন আৰম্ভ হয় আলোকৰ ব্যক্তিগত জীৱনৰো সংগ্ৰাম। মায়াৰ দেউতাকক বৃটিছে গ্ৰেপ্তাৰ কৰাৰ পিছত মায়াৰ কথামতে নিশাহঁতক কাকো একো নোকোৱাকৈ আলোকে নিজকে আণ্ডাৰগ্ৰাউণ্ড কৰে। পলাই ফুৰি ফুৰি আলোক গৈ এঘৰ মুছলমান মানুহৰ ঘৰত উঠেগৈ। জাহিদ আৰু জোহৰা নামে ককায়েক, ভনীয়েক হালৰ লগতে আলোক থাকে। তাৰ পৰাই আলোকে মায়া আৰু নিশালৈ চিঠিৰ আদান প্ৰদান কৰে। কিন্তু মায়াৰ চিঠিৰ পৰা পোৱা খবৰে বিচলিত কৰি তোলে আলোকক। শ্ৰীকণ্ঠৰ লগত নিশাৰ বিয়া। কিন্তু কিয়? নিশাৰ প্ৰতি আছিল নেকি আলোকৰ কোনো দুৰ্বলতা? আনহাতে মায়া? মায়াৰ সৈতে কি সম্পৰ্ক আলোকৰ? শ্ৰীকণ্ঠৰ লগত বিয়া হৈ যোৱাৰ পিছত আলোকে পুনৰ লগ পাই নিশাক। নিশাহঁতৰ ঘৰত ভাড়া লৈ আলোক থাকে। কিন্তু নিশাৰ পৰিবৰ্তিত ব্যৱহাৰে আচৰিত কৰে আলোকক। বিবাহিত নিশাক নিজৰ কৰি লোৱাৰ সপোন দেখে নেকি আলোকে? নে আলোকে পাহৰি যায় প্ৰথম ভালপোৱাৰ সুৱাস? নিশাৰ মনত আলোকৰ প্ৰতি কি আছিল? ভাল পাইছিল নেকি নিশায়েও আলোককে? নীৰা কোন? আলোকৰ জীৱনত নীৰাৰ প্ৰাধান্য কিমান? নিশা, মায়া, নীৰা? এই তিনি নাৰীয়ে আৱৰি ৰাখিৱ বিচৰা আলোকৰ জীৱনটোক প্ৰকৃততে পাৰিলেনে আৱৰি ৰাখিব? মানসিক অন্তৰ্দ্বন্দ্বৰে খুচা বিন্ধা কৰি থকা আলোকৰ অস্থিৰ জীৱনটোলৈ স্থবিৰতা আহিলে নে? আলোকৰ শেষ পৰিণতি কি হ'ল? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্য©2022 Storyside IN (P)2022 Storyside IN
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.