Puwoti Tora cover art

Puwoti Tora

Preview
This Season's Biggest Deal

$0.99/mo for 3 months + $20 Audible bonus voucher

Auto-renews at $8.99/mo after 3 months. Cancel anytime.
Get this deal
Offer ends on 28 December, 2026.
More purchase options

Puwoti Tora

By: কাঞ্চন বৰুৱা
Narrated by: Paplu Chetia
Get this deal

Auto-renews at $8.99/mo after 3 months. Offer ends 28 December, 2026. Cancel anytime.

Buy Now for $17.99

Buy Now for $17.99

This Season's Biggest Deal | $0.99/mo for 3 months + $20 Audible bonus

Auto-renews at $8.99/mo. after 3 months - terms apply.
Summary
সীতা। অভাৱ, অনাটন, দৈন্যতাৰ সৈতে যুঁজ দি চলি থকা এগৰাকী নাৰী, যাৰ কাষত আছে কণ কণ চাৰি সন্তান। দেশৰ বাবে ওলাই অহা সীতাৰ স্বামী অমূল্য হৈছে ৰজাঘৰৰ অতিথিশালাৰ তৃতীয় শ্ৰেণীৰ বন্দী। বছৰৰ বেছিভাগ সময়ে থাকে জেলত। অমূল্য আৰু সীতাৰ বৰ পুত্ৰ সুশান্ত। খুব কম বয়সতে দুৰ্দশাগ্ৰস্ত জীৱনে সুশান্তক বহু কথাই শিকাইছে। সময় আগবাঢ়ে। দুখ দুৰ্দশাৰ মাজেৰে ডাঙৰ হৈ আহে সীতাৰ সন্তানকেইটা। জেলৰ পৰা ওলাই আহে অমূল্য। কিন্তু সময় তেওঁলোকৰ অনুকূলে নাথাকে। দেশৰ কাৰণে পুনৰ ওলাই যোৱা অমূল্য এইবাৰ আৰু ঘূৰি নাহে। কিন্তু তাৰ মাজতে অভাৱনীয় ভাৱে ঘটে কিছু ঘটনা। সুশান্তৰ জীৱনলৈ আহে কুঁৱৰী, আহে সুশান্তৰ কৰ্মৰত প্ৰতিস্থানৰ মালিক গৱৰ্ণৰ, আহে গৱৰ্ণৰৰ নাতিনী প্ৰিন্সেছ। আৰু কাহিনীয়ে নতুন মোৰ লয়। অমূল্যৰ কি হ'ল? সীতাৰে বা বাকী সন্তান কেইটাৰ কি হ'ল? কোন হয় এই কুঁৱৰী? সুশান্তৰ জীৱনত প্ৰিন্সেছৰ আগমনে কি আনিলে? গৱৰ্নৰ লগতে বা সুশান্তৰ সম্পৰ্ক কি? জানিবলৈ শুনক কাঞ্চন বৰুৱাৰ জনপ্ৰিয় উপন্যাস 'পুৱতি তৰা'। Crime Fiction Family Life Genre Fiction Political
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.