Ostoraag cover art

Ostoraag

Preview
This Season's Biggest Deal

$0.99/mo for 3 months + $20 Audible bonus voucher

Auto-renews at $8.99/mo after 3 months. Cancel anytime.
Get this deal
Offer ends on 28 December, 2026.
More purchase options

Ostoraag

By: হোমেন বৰগোহাঞি
Narrated by: Ratna Das
Get this deal

Auto-renews at $8.99/mo after 3 months. Offer ends 28 December, 2026. Cancel anytime.

Buy Now for $18.81

Buy Now for $18.81

This Season's Biggest Deal | $0.99/mo for 3 months + $20 Audible bonus

Auto-renews at $8.99/mo. after 3 months - terms apply.
Summary
ঘড়ীৰ কাঁটাৰ নিৰ্দেশত চলি থকা ব্যক্তি দিলীপ পেছাগত ভাবে এজন প্ৰফেচাৰ। নিয়মানুৱৰ্তিতা মানি চলাটো দিলীপৰ যেন এটা লক্ষ্য। সময়ৰ অকনমান হেৰফেৰ হ'লেই সাংঘাটিক অসন্তুষ্ট হৈ পৰে তেওঁ। এই কথা লৈ মাজে মাজে পৰিবাৰৰ লগত তেওঁৰ অকনমান খুট খাট লাগেও। তথাপি হেৰফেৰ নহয় দিলীপ। গাঁৱৰ ঘৰত দিলীপৰ শৰ্যাগত পিতৃ। পিতৃক লৈ প্ৰতি মূহুৰ্ততে অহেতুক চিন্তা এটা ঘূৰি থাকে দিলীপৰ চৌপাশে। কিন্তু এদিন কলেজলৈ ওলোৱা দিলীপৰ হাতত পৰা টেলিগ্ৰাম এখনে সকলোবোৰ খেলিমেলি লগাই দিয়ে। দিলীপৰ সিদ্ধান্তক আওকাণ কৰিব নোৱাৰি তাৰ লগতে চহৰলৈ অহা পিতৃয়ে নিজকে চহৰৰ পৰিবেশৰ লগত মিলাব পাৰিলে নে? জীৱনৰ শেষ সন্ধিয়াত শেষ হৈ যায় নেকি মানুহৰ জীৱনৰ প্ৰতি থকা মোহ? বৃদ্ধ পিতৃ মাতৃ বাৰু কেনেবাকৈ বোজা হৈ পৰে নেকি পো-জীৰ বাবে? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে হোমেন বৰগোহাঞি ৰ 'অস্তৰাগ', ৰত্ন দাসৰ কণ্ঠত। Biographical Fiction Family Life Genre Fiction
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.