Jolotorongor Sur cover art

Jolotorongor Sur

Preview
This Season's Biggest Deal

$0.99/mo for 3 months + $20 Audible bonus voucher

Auto-renews at $8.99/mo after 3 months. Cancel anytime.
Get this deal
Offer ends on 28 December, 2026.
More purchase options

Jolotorongor Sur

By: অৰূপা পটংগীয়া কলিতা
Narrated by: Tarun Gogoi
Get this deal

Auto-renews at $8.99/mo after 3 months. Offer ends 28 December, 2026. Cancel anytime.

Buy Now for $28.74

Buy Now for $28.74

This Season's Biggest Deal | $0.99/mo for 3 months + $20 Audible bonus

Auto-renews at $8.99/mo. after 3 months - terms apply.
Summary
সন্ত্ৰাসবাদৰ পৰা ব্যক্তি-জীৱনলৈকে ভিন্ন বিষয়বস্তু লৈ সৃষ্টি হোৱা এখনি উপন্যাসিকা আৰু এমুঠি গল্প। এই গল্প সমূহৰ ভিতৰত আছে সমাজ জীৱনৰ বিচিত্ৰ আৰু আকৰ্ষণীয় কাহিনী কথন। এফালে বিশ্বায়নৰ মুকলি বতাহ, আনহাতে সামন্তীয় শক্তিসমূহৰ উত্থান, এফালে গণতন্ত্ৰৰ জয়জয়কাৰ, আনফালে সন্ত্ৰাসৰ দপদপনি, এফালে নাৰীমুক্তিৰ চেতনাৰ প্ৰসাৰ, আনহাতে নাৰী নিপীড়নৰ নিষ্ঠুৰ ছবি। এই সকলোৰে মাজতে যেন কেতিয়াবা বাজি উঠিছে এটা প্ৰতিবাদৰ সুৰ। সেই প্ৰতিবাদ কেতিয়াবা যদি সৰৱ, কেতিয়াবা আকৌ হৈ পৰে অনুচ্চ, ঠিক জলতৰঙ্গৰ সুৰৰ দৰে। বাস্তৱ অভিজ্ঞতাৰ সৈতে সজীৱ কল্পনা, সূক্ষ্ম সংবেদনশীলতা আৰু কাব্যিক অনুভূতিশীলতাৰ সংমিশ্ৰণে গল্পসমূহৰ আবেদন বৃদ্ধি কৰিছে। প্ৰখ্যাত সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ 'জলতৰঙ্গৰ সুৰ' এইবাৰ শুনক ষ্টৰীটেলত। Genre Fiction Political Psychological World Literature
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.