Mur Hridoy Ekhon Juddhakhetra cover art

Mur Hridoy Ekhon Juddhakhetra

Preview
Try Premium Plus free
1 credit a month to buy any audiobook in our entire collection.
Access to thousands of additional audiobooks and Originals from the Plus Catalogue.
Member-only deals & discounts.
Auto-renews at $16.45/mo after 30 days. Cancel anytime.

Mur Hridoy Ekhon Juddhakhetra

By: হোমেন বৰগোহাঞি
Narrated by: দেবাংগ পল্লৱ শইকীয়া
Try Premium Plus free

$16.45 per month after 30 days. Cancel anytime.

Buy Now for $26.99

Buy Now for $26.99

About this listen

প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থকেইখনিৰ এখনি অন্যতম গ্ৰন্থ "মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ" । গ্ৰন্থখনত সন্নিৱিষ্ট বৰগোহাঞিদেৱৰ জীৱনৰ ভিন্ন ঘটনা-পৰিঘটনাই আপোনাৰ জীৱনটোকো ফঁহিয়াই চোৱাৰ অৱকাশ দিব। কি আছে এই গ্ৰন্থখনৰ ভিতৰছোৱাত? জীৱনৰ সত্তৰ বছৰীয়া জন্মদিনটো কিয় তেওঁৰ বাবে বিশেষ আছিল? কেনে ধৰণৰ আছিল তেওঁৰ মনোজগতখন? যৌৱনৰ আৰম্ভণিৰে পৰা আত্মহত্যাৰ চিন্তাই তেওঁক লগ এৰা নাছিল। কিন্তু কিয়? আত্মহত্যাৰ প্ৰৱণতা আছিল নেকি তেওঁৰ? এই প্ৰৱণতাৰ বাবেই লিখি পেলাইছিল নেকি 'এপিটাফ' নামৰ গল্পটো? প্ৰেম আহিছিলনে তেওঁৰ জীৱনলৈ? 'সাউদৰ পুতেকে নাওঁ মেলি যায়' গ্ৰন্থত উল্লেখিত ৰেণুৰ প্ৰতি কেনেধৰণৰ মনোভাৱ আছিল তেওঁৰ। প্ৰেম নে আকৰ্ষণ? তেওঁ বাৰে বাৰে উল্লেখ কৰা নৰকবাস প্ৰকৃততে কি আছিল? কিয় জীৱনৰ এছোৱা সময়ক তেওঁ নৰকৰ লগত তুলনা কৰিলে? নিশা বেশ্যাৰ গলিলৈ কি কাৰণে তেওঁ যাবলগীয়া হৈছিল? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থ "মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ"।©2021 Storyside IN (P)2021 Storyside IN Literary History & Criticism
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.