Kojola kuwolir jontrona cover art

Kojola kuwolir jontrona

Preview
Try Standard free
Select 1 audiobook a month from our entire collection.
Listen to your selected audiobooks as long as you're a member.
Auto-renews at $8.99/mo after 30 days. Cancel anytime.

Kojola kuwolir jontrona

By: ৰঞ্জু হাজৰিকা
Narrated by: পাপলু চেতিয়া
Try Standard free

Auto-renews at $8.99/mo after 30 days. Cancel anytime.

Buy Now for $16.99

Buy Now for $16.99

About this listen

অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ "কজলা কুঁৱলীৰ যন্ত্ৰণা"। কাহিনী গতি কৰিছে দুটা পৃথক ধৰণে। ৰিপুৰ বশৰ্ৱতী হৈ নিজৰে সম্পত্তিবোৰৰ অনিৰাপত্তা বুলি ধৰি লৈ জীৱন যাপন কৰা এজন লোক ইন্দ্ৰজিৎ দত্তৰ কাহিনী। আনটো কাহিনী নিৰ্ধাৰিত লিপ্সাই কোঙা কৰা ডা° বিজয় চৌধুৰীৰ জীৱনৰ আধাৰত। এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব "ষ্টৰীটেল"ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস "কজলা কুঁৱলীৰ যন্ত্ৰণা"। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।©2023 Storyside IN (P)2023 Storyside IN Thriller & Suspense
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.