Jononi Mur Duhita cover art

Jononi Mur Duhita

Preview
Try Standard free
Select 1 audiobook a month from our entire collection.
Listen to your selected audiobooks as long as you're a member.
Auto-renews at $8.99/mo after 30 days. Cancel anytime.

Jononi Mur Duhita

By: ৰঞ্জু হাজৰিকা
Narrated by: দিবচন লাল বৰুৱা
Try Standard free

Auto-renews at $8.99/mo after 30 days. Cancel anytime.

Buy Now for $9.99

Buy Now for $9.99

About this listen

ৰঞ্জু হাজৰিকা দেৱৰ শৈশৱৰ গৃহ শিক্ষকৰ মুখত শুনা এটি সাধুৰ ওপৰত ভিত্তি কৰি লিখা "জননী মোৰ দুহিতা " উপন্যাসখনত থকা চৰিত্ৰসমুহত আমি বিস্বাস আৰু পৰমাত্মাৰ মিলন দেখিবলৈ পাওঁ। এটি সহজ সৰল পৰিয়ালৰ আত্মাৰ বিশ্লেষণ আৰু কিছু পৰিঘটনা এই উপন্যাসখনৰ মুল আধাৰ। দীনবাপুৰ ঈস্বৰৰ প্ৰতি থকা প্ৰবল আত্মিকতা আৰু একান্ত ভক্তিয়ে তেখেতক বহুত জটিল পৰিস্থিতিৰ মাজতো পৰম শক্তিৰ লগত বিলীন হোৱাত সহায় কৰে। জয়ন্তী হল দীনবাপুলৈ দেৱী দূৰ্গাৰ আশীৰ্বাদ। সেই জয়ন্তীক আধাৰ হিচাবেলৈ দীনবাপুক দৰ্শন দিয়ে স্বয়ং দেৱী দূৰ্গায়ে । কিছুমান কথা যুক্তি অথবা বুদ্ধিৰে বিশ্লেষণ কৰিব নোৱাৰি । উপন্যাসখন এনেকুৱা ধৰনৰ বিষয়ৰ ওপৰত আধাৰিত । ৰহস্য সাহিত্যৰ একচ্ছত্ৰী সম্ৰাট ৰঞ্জু হাজৰিকাৰ অন্যতম জনপ্ৰিয় উপন্যাস "জননী মোৰ দুহিতা "- এইবাৰ শুনক দিবছন লাল বৰুৱাৰ কন্ঠত, একমাত্ৰ ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN African American Mystery
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.