Igloo cover art

Igloo

Preview
Try Standard free
Select 1 audiobook a month from our entire collection.
Listen to your selected audiobooks as long as you're a member.
Auto-renews at $8.99/mo after 30 days. Cancel anytime.

Igloo

By: মণিকা দেৱী
Narrated by: শৰ্মিষ্ঠা চক্ৰৱৰ্তী
Try Standard free

Auto-renews at $8.99/mo after 30 days. Cancel anytime.

Buy Now for $7.99

Buy Now for $7.99

About this listen

আইজনীৰ জ্বৰ। গাত বসন্ত। জ্বৰ-বসন্তৰ তাপত আইজনীৰ ঘনেপতি মনত পৰে তাইৰ আয়েকলৈ। ইহকালত নৰিয়াত ভুগি আইজনীয়ে পৰকালৰ বৰফ-শীতল শেতেলিত পৰি ৰোৱা মাকৰ সৈতে কথা পাতে। কথা পাতি পাতি একোবাৰ তাই মাক হয়, আন একোবাৰ হয় জীয়েক। তাইৰ ভিতৰত জন্ম হয় অন্য এক সত্তা। ভাবনাৰ চাকনৈয়াত চাক লৈ লৈ উঠি আহে তাইৰ গৰ্ভৰ পৰা আয়েকৰ সত্তা। মণিকা দেৱীৰ 'ইগলো' এক শোক-গাথা। মাক-জীয়েকৰ কথোপকথনেৰে ছন্দোময় ৰূপ লোৱা এই গল্পটোৰ এনে এক শক্তি আছে যে তাৰ পাঠে পাঠকৰ বুকুত অসহনীয় এটি বিষ তোলে। সেই বিষ আইৰ গৰ্ভৰ নিহালিখন মেৰিয়াই লবলৈ নোপোৱাৰ বিষ। এই বিষ জননীৰ সেই চিৰায়ত আব্দাৰৰ পৰা বঞ্চিত হোৱাৰ বিষ।©2021 Storyside IN (P)2021 Storyside IN Genre Fiction Literary Fiction
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.