Gupon kaitor aasur cover art

Gupon kaitor aasur

Preview
Try Standard free
Select 1 audiobook a month from our entire collection.
Listen to your selected audiobooks as long as you're a member.
Auto-renews at $8.99/mo after 30 days. Cancel anytime.

Gupon kaitor aasur

By: ৰঞ্জু হাজৰিকা
Narrated by: ৰত্ন দাস
Try Standard free

Auto-renews at $8.99/mo after 30 days. Cancel anytime.

Buy Now for $9.99

Buy Now for $9.99

About this listen

প্ৰখ্যাত যাদুকৰ চাণক্য কেনেকৈ সোমাই পৰিল প্ৰসেন আৰু পূৰৱীৰ পবিত্ৰ প্ৰেমৰ চাকনৈয়াত !! শিকাৰু আৰু অপ্ৰতিষ্ঠিত যাদুকৰ প্ৰসেনৰ হাতৰ পৰা চাণক্যই কি যাদুৰেনো কাঢ়ি নিছিল পূৰৱীৰ মন...কিয় প্ৰেমিক প্ৰসেনৰ বাহুবন্ধনৰ পৰা আঁতৰি গৈ পূৰৱী হৈ পৰিল চাণক্যৰ বাগদত্তা....সঁচাকৈ এনে যাদুও কৰিব পাৰে নে চাণক্যই য'ত মৃত্যুৱেও হাৰ মানিবলৈ বাধ্য হয় ?সেই শিহৰণকাৰী যাদু প্ৰদৰ্শনৰ সময়ত কি ঘটিছিল সেইদিনা ?সমাধিত পুতি থোৱা বাকচটোৰ পৰা ওলাই আহিব পাৰিল নে যাদুকৰ চাণক্য ? নে বিফল হ'ল সেই যাদু ? কোন আছে আঁৰত ? এনেদৰে ত্ৰিকোণ প্ৰেমৰ শিহৰণ , স্বাসৰুদ্ধময় উৎকণ্ঠা আৰু উদ্বেগেৰে ভৰা ৰহস্যধৰ্মী উপন্যাস 'গোপন কাঁইটৰ আঁচোৰ '-এ পাঠকক লৈ যায় কল্পনা -অনুভূতিৰ অন্য এক প্ৰান্তলৈ ।©2023 Storyside IN (P)2023 Storyside IN Thriller & Suspense
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.