Boragi Nodir Ghat cover art

Boragi Nodir Ghat

Preview
Try Premium Plus free
1 credit a month to buy any audiobook in our entire collection.
Access to thousands of additional audiobooks and Originals from the Plus Catalogue.
Member-only deals & discounts.
Auto-renews at $16.45/mo after 30 days. Cancel anytime.

Boragi Nodir Ghat

By: অনুৰাধা শৰ্মা পূজাৰী
Narrated by: Sasanka Samir
Try Premium Plus free

$16.45 per month after 30 days. Cancel anytime.

Buy Now for $18.99

Buy Now for $18.99

About this listen

এটা মধ্য আৰু নিম্নবিত্তৰ অঞ্চলত হঠাতে খলকনি তুলিলে এটা নামে। মিচেছ খান্না। কিন্তু কোন এই মিচেছ খান্না? হাইকামাণ্ড ষ্টোৰৰ ধৰণী দলেৰ লগত কেনেকৈ যোগাযোগ হ'ল মিচেছ খান্নাৰ? ধৰণীৰ দোকানখনৰ নামেই বা কিয় হাইকামাণ্ড ষ্টোৰ? মিচেছ খান্নাক লগ পোৱাৰ পিছত কিয় নয়নতৰাৰ কথাই আমনি কৰিছিল ধৰণীক? কোন আছিল নয়নতৰা? কিয় কৈছিল নয়নতৰাই - তুমি কোৱা অবৈধ অশ্লীলতা এইবোৰ মই নুবুজোঁ। চন্দ্ৰক মই মনেৰে ঘিণ কৰোঁ, অথচ চন্দ্ৰক দেহাটো সদায় দিবলৈ বাধ্য। তুমি মোৰ বিবাহিত পুৰুষ নহয়, অথচ স্ব-ইচ্ছাই তোমাৰ বুকুত মই সোমাই আছোঁ। চকুৰ আগতে সলনি হৈ গৈছিল সময়। মানুহবোৰৰ মনবোৰ সলনি হৈ গৈছিল। সলনি হোৱা মানুহবোৰৰ কথাবোৰে আঘাট কৰিছিল ধৰণীক। কিন্তু কিয়? মনৰ মাজত দোলা দি থকা কথাবোৰ বাস্তৱ হ'ল নে? মিচেছ খান্নাৰ কি হ'ল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস "ব'ৰাগী নদীৰ ঘাট"।©2022 Storyside IN (P)2022 Storyside IN Genre Fiction Literary Fiction
No reviews yet
In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.